1/8
আল-কোৰআন অসমীয়া screenshot 0
আল-কোৰআন অসমীয়া screenshot 1
আল-কোৰআন অসমীয়া screenshot 2
আল-কোৰআন অসমীয়া screenshot 3
আল-কোৰআন অসমীয়া screenshot 4
আল-কোৰআন অসমীয়া screenshot 5
আল-কোৰআন অসমীয়া screenshot 6
আল-কোৰআন অসমীয়া screenshot 7
আল-কোৰআন অসমীয়া Icon

আল-কোৰআন অসমীয়া

Islam House
Trustable Ranking Iconਭਰੋਸੇਯੋਗ
1K+ਡਾਊਨਲੋਡ
4.5MBਆਕਾਰ
Android Version Icon4.4 - 4.4.4+
ਐਂਡਰਾਇਡ ਵਰਜਨ
2.2(09-07-2021)ਤਾਜ਼ਾ ਵਰਜਨ
-
(0 ਸਮੀਖਿਆਵਾਂ)
Age ratingPEGI-3
ਵੇਰਵਾਸਮੀਖਿਆਵਾਂਵਰਜਨਜਾਣਕਾਰੀ
1/8

ਦਾ ਵੇਰਵਾ আল-কোৰআন অসমীয়া

আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ

পোন প্ৰথমেই আল্লাহৰ চুকৰীয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। অসংখ্য অগণন প্ৰশংসা একমাত্ৰ তেওঁৰেই; তেৱেঁই আমাক সৰ্বোৎকৃষ্ট গ্ৰন্থ, মানৱজাতিৰ হিদায়তৰ মূল পুথি আল-কোৰআন অসমীয়ালৈ অনুবাদ কৰাৰ আৰু মানুহৰ মাজত পৌঁচাই দিয়াৰ তাওফীক দান কৰিছে। এই কথা নিশ্চিত যে, অনুবাদ কেতিয়াও মূল গ্ৰন্থৰ সমপৰ্যায় হ’ব নোৱাৰে। আনহাতে হুবহু অনুবাদ কৰাও সম্ভৱ নহয়। তথাপিও আমি যৎপৰোনাস্তি প্ৰতিটো শব্দৰ অৰ্থ অনুবাদত টানিবলৈ চেষ্টা কৰিছোঁ। অনুবাদ কৰোঁতে কেৱল ভাৱাৰ্থৰ অনুবাদ অথবা কেৱল শাব্দিক অনুবাদ কৰা নাই, বৰং দুয়োটাই একেলগে ৰখাৰ চেষ্টা কৰিছোঁ।

কোৰআনৰ এই অনুবাদখন পাঠক সমাজলৈ সহজে উপস্থাপন কৰিব পৰাকৈ ভাই মতিউৰ ৰহমান চাহাবৰ আপ্ৰাণ প্ৰচেষ্টাত এই এপ্লিকেচনৰ ডেভ্লপমেন্ট প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে। লগতে ভাই ইমৰাণ আলি চাহাবৰ যথেষ্ট মেহনতত www.islamqa.in নামৰ ৱেবছাইটটো অস্তিত্ব লাভ কৰিছে। আমি সেই ৱেবছাইটক ইয়াত সংযুক্ত কৰিছোঁ। আল্লাহে তেওঁলোক দুয়োকে উত্তম প্ৰতিদান দিয়ক। লগতে মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা কবুল কৰি নাজাতৰ মাধ্যম বনাই দিয়ক। (আমীন)

এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।

* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।

* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।

* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।

* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।

* নাইট মোড অপচন দিয়া হৈছে।

* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।

* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।

আলহামদুলিল্লাহ্,‌ আল্লাহেই আমাক তেওঁৰ দ্বীনৰ বৃহৎ কৰ্মৰ এটি ক্ষুদ্র অংশত সম্পৃক্ত হোৱাৰ তাওফীক দান কৰিছে। 

আমি আশা কৰোঁ আৰু বিশ্বাস কৰোঁ, যিসকলে প্রকৃতপক্ষে দ্বীনক ভালপায়, তথা আল্লাহ্‌ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ কথাক নিজে আমল আৰু অনুসৰণ কৰাৰ লগতে আনৰ ওচৰলৈ পৌঁচাই দিব বিচাৰে, তেওঁলোকে আমাৰ এই ক্ষুদ্র কার্যক্রমত নিজকে সম্পৃক্ত কৰিব ইন-শ্বা-আল্লাহ। 

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰোঁ তেওঁ যেন আমাৰ সকলো ভুল ত্রুটি ক্ষমা কৰে আৰু আমাৰ এই ক্ষুদ্র প্ৰচেষ্টাক পৰকালৰ নাজাতৰ মাধ্যম হিচাপে কবুল কৰে, তথা ইয়াৰ লগত জৰিত সকলোকে জান্নাতুল ফিৰদাউছত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে একেলগে থকাৰ তাওফীক দান কৰে, আমীন।

যিসকলে আমাক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে আমাক whatsappত যোগাযোগ কৰিব পাৰে অথবা ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিব পাৰে।

ইতি

অনুবাদকঃ আল-কোৰআন অসমীয়া

ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান

বলোগড়া, খাৰুপেটীয়া, দৰং, অসম।

যোগাযোগঃ assamese@islamhouse.com

mr96356029@gmail.com

Whatsapp: 9101665226

আল-কোৰআন অসমীয়া - ਵਰਜਨ 2.2

(09-07-2021)
ਹੋਰ ਵਰਜਨ
ਨਵਾਂ ਕੀ ਹੈ?এপ্পটোত বৰ্তমান নিম্নলিখিত ফিচাৰসমূহ সংযুক্ত কৰা হৈছে।* আল-কোৰআনুল কাৰীমৰ আৰবী আয়াত আৰু অসমীয়া অনুবাদ দিয়া হৈছে।* কপি, শ্বেয়াৰ আৰু পছন্দনীয় তালিকা প্ৰস্তুত কৰাৰ বটন সংযুক্ত কৰা হৈছে।* আৰবী আৰু অসমীয়াৰ বেলেগ বেলেগ ফন্ট সংযুক্ত কৰা হৈছে।* ফন্ট ছাইজ কম বেছি কৰাৰ সুবিধা দিয়া হৈছে।* নাইট মোড, তিলাৱাত মোড, তাফছীৰ মোড অপচন দিয়া হৈছে।* অকল অসমীয়া অনুবাদ পঢ়াৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে।* আমাৰ অনলাইন ৱেবছাইটবোৰৰ লিংক দিয়া হৈছে, যিবোৰত ক্লিক কৰি সবিশেষ পঢ়িব পাৰিব।

ਅਜੇ ਤੱਕ ਕੋਈ ਸਮੀਖਿਆ ਜਾਂ ਰੇਟਿੰਗ ਨਹੀਂ ਹੈ! ਪਾਓਣ ਲਈ ਕਿਰਪਾ ਕਰਕੇ

-
0 Reviews
5
4
3
2
1
Info Trust Icon
ਚੰਗੀ ਐਪ ਦੀ ਗਾਰੰਟੀਇਸ ਐਪ ਨੇ ਵਾਇਰਸ, ਮਾਲਵੇਅਰ ਅਤੇ ਹੋਰ ਖਤਰਨਾਕ ਹਮਲੇ ਲਈ ਸੁਰੱਖਿਆ ਟੈਸਟ ਪਾਸ ਕਰ ਲਿਆ ਹੈ ਅਤੇ ਇਸ ਵਿਚ ਕੋਈ ਵੀ ਖਤਰੇ ਸ਼ਾਮਿਲ ਨਹੀਂ ਹਨ|

আল-কোৰআন অসমীয়া - ਏਪੀਕੇ ਜਾਣਕਾਰੀ

ਏਪੀਕੇ ਵਰਜਨ: 2.2ਪੈਕੇਜ: com.app.islamic.quran.as
ਐਂਡਰਾਇਡ ਅਨੁਕੂਲਤਾ: 4.4 - 4.4.4+ (KitKat)
ਡਿਵੈਲਪਰ:Islam Houseਅਧਿਕਾਰ:5
ਨਾਮ: আল-কোৰআন অসমীয়াਆਕਾਰ: 4.5 MBਡਾਊਨਲੋਡ: 7ਵਰਜਨ : 2.2ਰਿਲੀਜ਼ ਤਾਰੀਖ: 2022-12-18 06:21:23ਘੱਟੋ ਘੱਟ ਸਕ੍ਰੀਨ: SMALLਸਮਰਥਿਤ ਸੀਪੀਯੂ:
ਪੈਕੇਜ ਆਈਡੀ: com.app.islamic.quran.asਐਸਐਚਏ1 ਦਸਤਖਤ: 57:AE:B5:9E:BD:3E:FF:32:AC:86:78:43:81:C9:16:4C:B5:16:F0:48ਡਿਵੈਲਪਰ (CN): Matiur Rahmanਸੰਗਠਨ (O): ਸਥਾਨਕ (L): Kolkataਦੇਸ਼ (C): 91ਰਾਜ/ਸ਼ਹਿਰ (ST): West Bengal

আল-কোৰআন অসমীয়া ਦਾ ਨਵਾਂ ਵਰਜਨ

2.2Trust Icon Versions
9/7/2021
7 ਡਾਊਨਲੋਡ4.5 MB ਆਕਾਰ

ਹੋਰ ਵਰਜਨ

2.1Trust Icon Versions
15/6/2021
7 ਡਾਊਨਲੋਡ4.5 MB ਆਕਾਰ
2.0Trust Icon Versions
9/12/2020
7 ਡਾਊਨਲੋਡ4.5 MB ਆਕਾਰ
1.8Trust Icon Versions
4/12/2020
7 ਡਾਊਨਲੋਡ6.5 MB ਆਕਾਰ
1.6Trust Icon Versions
27/6/2017
7 ਡਾਊਨਲੋਡ4 MB ਆਕਾਰ

ਇੱਕੋ ਸ਼੍ਰੇਣੀ ਵਾਲਿਆਂ ਐਪਾਂ

ਤੁਹਾਨੂੰ ਇਹ ਵੀ ਪਸੰਦ ਹੋ ਸਕਦਾ ਹੈ...